Assamese synonyms for Dummies

এই মুহূৰ্ত, বৰ্তমান, সমকাল, সম্প্ৰতি, সাম্প্ৰতিক কাল৷

অনিষ্ট, অন্যায়, অপকাৰ, অভিচাৰ, অহিত, ক্ষতি৷

অগণন, অগণনীয়, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

তাৰোঁতা, ত্রাণকৰ্তা, ত্রাতা, ৰক্ষাকৰ্তা৷

অচলপতি, অচলাধিপ, অদ্ৰীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈলেন্দ্ৰ, হিমাচল, হিমাদ্ৰি, হিমালয়৷

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

অনুকল্প, অন্য, অপৰ, আছুতীয়া, আন, দোচোৰা, পৰ, বিকল্প, বেলেগ, ব্যত্যস্ত, ভিন, ভিন্ন, সুকীয়া৷

অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অগ্নিচিৎ, অগ্নিহোত্ৰী, অগ্নিৰক্ষক, অগ্নীধ্ৰ, অগ্ন্যাহিত, অধ্বৰ্যু, অবিন, আহিতাগ্নি, ঋত্বিক, বাজপেয়ী, যজি, যজ্ঞকৰ্তা, যজ্ঞকৃৎ, যাজ্ঞিক, সাগ্নিক, স্বাহাকৃৎ, হোমক, হোমকাৰী, হোমকৰ্তা, হোম্য, হোতা, হোত্ৰী, হোমী, হৌম্য৷

অনুবদ্ধ, অন্বিত, জড়িত, প্রযুত, বিজড়িত, লিপ্ত, শ্লিষ্ট, সংযুক্ত, সংযোজিত, সংলগ্ন, সংলিপ্ত, সংশ্লিষ্ট, সংসক্ত, সক্ত, সন্নিহিত, সমাবিদ্ধ৷

অচ্যুত, অজিত, অনন্ত, অনন্তশয়ন, অনাদি, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কুন্দৰ, কেশৱ, খগাসন, গদাধৰ, গদাপাণি, গোলোকেশ্বৰ, গৰুড়কেতু, গৰুড়বাহন, গৰুড়ধ্বজ, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জগদীশ্বৰ, জগন্নাথ, জনাৰ্দন, জয়পাল, জহ্নু, ত্ৰিপতি, ত্ৰিলোকনাথ, ত্ৰৈলোক্যনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দানৱাৰি, দামোদৰ, দীননাথ, দীনবন্ধু, দীনেশ, দৈত্যাৰি, ধৰণীশ্বৰ, নাৰায়ণ, নিৰঞ্জন, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰাণপুৰুষ, পুৰুষোত্তম, পৰব্যোম, বলিন্দম, বলিসূদন, বামন, বিভু, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠ, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মাধৱ, মাল, যজ্ঞপুৰুষ, যজ্ঞেশ্বৰ, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীনাথ, শ্ৰীনিৱাস, শ্ৰীপতি, সত্য, হংস, হৃষীকেশ, হৰি, ৰমাকান্ত, ৰমানাথ, ৰমাপতি, ৰমেশ৷

অজনক, ক্লীৱ, তৃতীয় প্রকৃতি, নপুংসক, পুৰুষত্বহীন, বৃহন্নলা, শণ্ড৷

কালাতীত, চিৰকালীন, চিৰন্তন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, ধ্ৰুপদী, ধ্ৰুৱ, নিত্য, নিয়ত, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন, সাৰ্বকালিক৷ অক্ষয়, অনপায়ী, অনস্বৰ, অনাশ্য, অবিনাশী, অব্যয়, অলয়, ক্ষয়হীন, চিৰজীৱী, চিৰঞ্জীৱ, চিৰঞ্জীৱী, চিৰায়ু, নাশহীন, নিৰত্যয়, মৃত্যুঞ্জয়, মৃত্যুঞ্জয়ী, মৃত্যুহীন, লোপৰহিত, লয়হীন৷

অধিপতি, অধিপ, অধিপতি, অধিভূ, অধীশ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, check here ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

Comments on “Assamese synonyms for Dummies”

Leave a Reply

Gravatar